Bohona mp3 song Download PagalWorld.com
Bohona
Album/Movie
Latest Indian Pop Hindi Mp3 Songs
Artists
Tavreed, Nihar Kashyap, Aykaax
File Type
mp3
Tags
Description
Bohona song download, Bohona 2023 Mp3 song, Bohona Mp3 song sung by Tavreed, Nihar Kashyap, Aykaax, This Song Music by Nihar Kashyap, Aykaax, Exclusive on Pagalworld, Free Download Bohona mp3 song in 190kbs & 320Kbps only on Pagalworld. Tavreed, Nihar Kashyap, Aykaax Bohona song download from pagalworld, Bohona Free Download or listen online - in HD High Quality Audio. Playtime duration of this song is 04:30 Minutes. Bohona has been released on 2023-01-10.
Share
Other Songs in this Album/Movie
TOP Songs
TIKTOK REELS TRENDING VIRAL MP3 SONGS
Superhit Songs Ever
FAQ
When was Bohona released?
Bohona is a assamese song released in 2023-01-10
Which album is the song Bohona from?
Bohona is a hindi song from the album Bohona.
Who is the music director of Bohona?
Bohona is composed by Nihar Kashyap.
Who is the singer of Bohona?
Bohona is sung by Tavreed, Nihar Kashyap and Aykaax.
What is the duration of Bohona?
The duration of the song Bohona is 04:30 minutes.
How can I download Bohona?
You can download Bohona from our website PagalWorld.Online
Lyrics
অ′, মোৰে বহনা, বুকুৰে বতৰা কিয়নো নোকোৱা হ'লা?
কথা দি, কথা দি এতিয়া, বহনা, কিয়নো আঁতৰি গ′লা?
চোতালৰে দূবৰি, বাটে কিৰীলি
লিহিৰী বিৰিণা বনতে আজিও আছ নাচি
দোলনি-দোপনি ঘাঁহেৰে শুৱনি পথাৰখনি
মদাৰৰ ৰঙা ৰং, দিবাঁ মৰম অকণ, দিবাঁ দেই আঁচলখনি
জীৱন দুদিনীয়া মোৰে ৰয়, বহনা
কিনো তাঁতৰ শালে পাতিলা, বহনা?
তাঁতৰ গানে মাৰি ক'তেনো ৰাখোঁ, ঐ!
কিনো মায়াজালত পৰিলোঁ, ঐ!
দেহাতে জ্বলিছে যৌৱনৰ জীয়া একুৰা জুই
ইচাটি-বিচাটি তোৰে গা, যৌৱনো ব্যাকুল
মনেও গোনাইছে, আশাও পালিছোঁ, বিধাতাই পাতিব যোৰ
কাহানিকৈ আহিবা কৰিব শুৱনি পঁজাটি মোৰ?
দেহাতে জ্বলিছে যৌৱনৰ জীয়া একুৰা জুই
ইচাটি-বিচাটি তোৰে গা, যৌৱনো ব্যাকুল
মৰমৰ নাচনী, চেনেহৰ চাৱনি, এৰি যা সুখৰে ভাত
ঐ, লিখনি-পোতনি খালেও চলিব যদি পাওঁ মৰমৰ মাত, অঁ
জীৱন দুদিনীয়া মোৰে ৰয়, বহনা
কিনো তাঁতৰ শালে পাতিলা, বহনা?
তাঁতৰ গানে মাৰি ক'তেনো ৰাখোঁ, ঐ!
কিনো মায়াজালত পৰিলোঁ, ঐ!
প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ
গছে-বনে সলালে পাত
ততে নাই নাচনীৰ গাত
কথা দি, কথা দি এতিয়া, বহনা, কিয়নো আঁতৰি গ′লা?
চোতালৰে দূবৰি, বাটে কিৰীলি
লিহিৰী বিৰিণা বনতে আজিও আছ নাচি
দোলনি-দোপনি ঘাঁহেৰে শুৱনি পথাৰখনি
মদাৰৰ ৰঙা ৰং, দিবাঁ মৰম অকণ, দিবাঁ দেই আঁচলখনি
জীৱন দুদিনীয়া মোৰে ৰয়, বহনা
কিনো তাঁতৰ শালে পাতিলা, বহনা?
তাঁতৰ গানে মাৰি ক'তেনো ৰাখোঁ, ঐ!
কিনো মায়াজালত পৰিলোঁ, ঐ!
দেহাতে জ্বলিছে যৌৱনৰ জীয়া একুৰা জুই
ইচাটি-বিচাটি তোৰে গা, যৌৱনো ব্যাকুল
মনেও গোনাইছে, আশাও পালিছোঁ, বিধাতাই পাতিব যোৰ
কাহানিকৈ আহিবা কৰিব শুৱনি পঁজাটি মোৰ?
দেহাতে জ্বলিছে যৌৱনৰ জীয়া একুৰা জুই
ইচাটি-বিচাটি তোৰে গা, যৌৱনো ব্যাকুল
মৰমৰ নাচনী, চেনেহৰ চাৱনি, এৰি যা সুখৰে ভাত
ঐ, লিখনি-পোতনি খালেও চলিব যদি পাওঁ মৰমৰ মাত, অঁ
জীৱন দুদিনীয়া মোৰে ৰয়, বহনা
কিনো তাঁতৰ শালে পাতিলা, বহনা?
তাঁতৰ গানে মাৰি ক'তেনো ৰাখোঁ, ঐ!
কিনো মায়াজালত পৰিলোঁ, ঐ!
প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ
গছে-বনে সলালে পাত
ততে নাই নাচনীৰ গাত